Breaking News
Home / Nagaon / জুৰীয়াৰ গুলিৰপাৰ চৰত
বনৰীয়া গাহৰিৰ ভয়ঙ্কৰ আক্ৰমন।

জুৰীয়াৰ গুলিৰপাৰ চৰত
বনৰীয়া গাহৰিৰ ভয়ঙ্কৰ আক্ৰমন।

আহত ৪
আহত ক্ৰমে মৰজিনা বেগম ( ১০)শাহ আলী ৫৫
সুলতানা বেগম (৫)
শমৰ জান (৪০)
এজনী শিশু মৰজিনা খাতুনৰ অবস্হা সংকটজনক ।
খেতিত কাম কৰি থাকোতে লাওখোৱা অভয়াৰন্যৰ পৰা অহা এটা প্ৰকাণ্ড বনৰীয়া গাহৰিয়ে আক্ৰমন কৰে চাৰি জনক।
মৰজিনা খাতুনৰ অবস্হা সংকট জনক।
উন্নত চিকিৎসাৰ বাবে নগাওঁলৈ প্ৰেৰন।

About Debrata Pyne

Check Also

Kaliabor fire awarness program

জুই যিকোনো ঠাইত যিকোনো সময়ত জ্বলি উঠিব পাৰে। হঠাৎ জুই জ্বলি উঠিলে কি কৰিব। জুই …

Leave a Reply

Your email address will not be published. Required fields are marked *