Breaking News
Home / Nagaon / কলিয়াবৰত চোৰাং কাঠ ভৰ্তি বাহন জব্দ কৰে বনবিভাগে ।

কলিয়াবৰত চোৰাং কাঠ ভৰ্তি বাহন জব্দ কৰে বনবিভাগে ।

কাজিৰঙাৰ বাগৰি বনাঞ্চলিক বিষয়াই এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই জব্দ কৰে চোৰাং কাঠ ভৰ্তি বাহন খন ।কাৰ্বি আংলংৰ ৰংমংৱেৰ পৰা চোৰাং ভাবে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যোৰহাট অভিমুখে গৈ থকা অৱস্থাত জব্দ কৰে কাঠ ভৰ্তি বাহন খন ।বাহন খনৰ পঞ্জীয়ন নং As 03 BC 3531

উল্লেখ্য যে ৰংমংৱে আৰক্ষী চকী আৰু এখন বনাঞ্চলিক বিষয়াৰ কাৰ্যলয়ৰ সন্মুখেদি দৈনিক পাৰ হৈ যোৱা চোৰাং কাঠ ভৰ্তি বাহন সমূহ কাৰ্বি আংলং বনবিভাগ,আৰু আৰক্ষী চকীয়ে দেখিও নেদেখা কোলিৰ ভাৱ ধৰাত।কলিয়াবৰৰ বাগৰি বনাঞ্চলিক বিষয়া গৰাকীৰ নেতৃত্বত বনবিভাগৰ এটি দলে অভিযান চলাই চোৰাং ভাবে সৰবৰাহ কৰা কেইবাখনো কাঠ ভৰ্তি বাহন জব্দ কৰিবলৈ সক্ষম হৈছে

About Debrata Pyne

Check Also

Kaliabor fire awarness program

জুই যিকোনো ঠাইত যিকোনো সময়ত জ্বলি উঠিব পাৰে। হঠাৎ জুই জ্বলি উঠিলে কি কৰিব। জুই …

Leave a Reply

Your email address will not be published. Required fields are marked *