Breaking News
Home / Bilasipara / বিলাসীপাৰা শালবাড়ীত SUN SHINE (NGO)ৰ উদ্যোগত আজি মাক্স আৰু গছপূলি বিতৰণ কাৰ্য্যসূচী।।

বিলাসীপাৰা শালবাড়ীত SUN SHINE (NGO)ৰ উদ্যোগত আজি মাক্স আৰু গছপূলি বিতৰণ কাৰ্য্যসূচী।।

বিলাসীপাৰাঃ ১২ নভেম্বৰঃ ভাৰত বৰ্ষৰ সমগ্ৰ ৰাজ্যত ক”ৰণা মহামাৰী বিয়পি পৰি থকাৰ পৰিপ্ৰেক্ষিতত ৰাইজক সজাগ আৰু সমাজৰ প্ৰতি লক্ষ্য ৰাখি নামনি অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰা SUN SHINE (NGO)ৰ কৰ্ম-কৰ্ত্তা সকলে বগৰীবাৰী ৰাজহ-চক্র বিষয়াৰ উপস্থিতত আজি শালবাড়ীত ৰাইজৰ মাজত মাক্স আৰু গছপুলি বিতৰণ কাৰ্য্যসূচী হাতত লয়। উল্লেখ্য যে কাৰ্য্যসূচী খনত SUN SHINE (NGO)ৰ সভাপতি শ্ৰীমতী বাছিৰন নেছা,কাৰ্য্যকৰী সদস্য জয়নুদ্দিন শ্বেখ, আকতাৰ হোসেন,বিশ্বনাথ ভাদুৰী,নাৰ্জিনা বেগম,মাছুম শ্বেখ,আতোৱাৰ ৰহমান,শিবানী ভাদুৰী আদিকে ধৰি উপস্থিত থাকি ৰাইজৰ মাজত মাক্স আৰু গছপুলি বিতৰণ কৰে।।

About Debrata Pyne

Check Also

বিলাসীপাৰাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিনিধি সভা আৰু বিষয় বাছনি সভা ।

বিলাসীপাৰা জিলা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি শ্ৰীযুত প্ৰণৱ অধিকাৰীৰ সভাপতিত্বত বিলাসীপাৰা ডঃ বি …

Leave a Reply

Your email address will not be published. Required fields are marked *