Breaking News
Home / Chirang / আজি চিৰাং জিলাৰ বিজনীত ৰাষ্ট্ৰীয় উলামা কাউন্সিল দলৰ এখনি গুৰুত্বপূৰ্ণ আলোচনা

আজি চিৰাং জিলাৰ বিজনীত ৰাষ্ট্ৰীয় উলামা কাউন্সিল দলৰ এখনি গুৰুত্বপূৰ্ণ আলোচনা

আজি চিৰাং জিলাৰ বিজনীত ৰাষ্ট্ৰীয় উলামা কাউন্সিল চমুকৈ RUC দলৰ এখনি গুৰুত্বপূৰ্ণ আলোচনা হৈ যায় সভাত উপস্থিত থাকে কোকৰাঝাৰ জিলা আহ্বায়ক মো: ময়নুদ্দীন মণ্ডল লগতে চিৰাং জিলা সভাপতি সম্পাদক সহ দলৰ বহু কেইজন নেতা কৰ্মী উপস্থিত থাকি আগন্তুক2021ৰ বিধান সভা নিৰ্বাচন তথা btc ত mcla নিৰ্বাচন সম্পৰ্কে গুৰুত্ব পূৰ্ণ আলোচনা হৈ যায়।

About Debrata Pyne

Leave a Reply

Your email address will not be published. Required fields are marked *