Breaking News
Home / Bilasipara / বিলাসীপাৰাত ১০ লাখ টকাৰ ছি চি ব্লক ৰাস্তাৰ কামৰ আধাৰশিলা শুভ উদ্বোধন,বিধায়ক অশোক কুমাৰ সিংহীৰ।

বিলাসীপাৰাত ১০ লাখ টকাৰ ছি চি ব্লক ৰাস্তাৰ কামৰ আধাৰশিলা শুভ উদ্বোধন,বিধায়ক অশোক কুমাৰ সিংহীৰ।

ধুবুৰী জিলাৰ শাসনাধিষ্টিত বিজেপি দলৰ কৰ্মৰাজি বিধায়ক শ্ৰীযুত অশোক কুমাৰ সিংহীৰ প্ৰচ্যুৰ দ্বায়াৱদ্বতাৰ ফলত আজিৰ দিনত বিলাসীপাৰাত অলিয়ে -গলিয়ে প্ৰায় সকলো ৰাস্তা ছি চি ব্লক,পকীকৰণ কৰি আহিছে।উল্লেখ্য যে পৰ্ঞ্চদশ বিৰ্ত্তীয আয়োগৰ ১০ লাখ টকাৰ ছি চি ব্লক ১২০ মিটাৰ ধীৰেন্দ্ৰ নাথ গৃহৰ পৰা খ্ৰীতৰা মন্দিৰ লৈকে ৰাস্তাৰ কাম বিলাসীপাৰা ১৩ নন্বৰ ওৰ্ৱাডত আজি কৰ্মৰাজি বিধায়ক শ্ৰীযুত অশোক কুমাৰ সিংহীয়ে উদ্বোধন কৰে। মনকৰিবলগীয়া কথা যে উদ্বোধনী অনুষ্ঠানটোত ধুবুৰী জিলা অতিৰিক্ত উপায়ুক্ত শ্ৰীযুত ছাৰ্ফ্ৰাচ হক, বিলাসীপাৰা পৌৰ সভাৰ প্ৰাক্তন চেয়াৰমেন দ্বীপেশ দাস,ওৰ্ৱাড আয়ুক্ত চন্দন দাস আদিকে ধৰি দলীয় সতীৰ্থ বৃন্দৰ লগতে স্থানীয় গন্য মান্য ব্যক্তিও উপস্থিত থাকে।

About Debrata Pyne

Check Also

বিলাসীপাৰাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিনিধি সভা আৰু বিষয় বাছনি সভা ।

বিলাসীপাৰা জিলা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি শ্ৰীযুত প্ৰণৱ অধিকাৰীৰ সভাপতিত্বত বিলাসীপাৰা ডঃ বি …

Leave a Reply

Your email address will not be published. Required fields are marked *