আজি পৰ্যটকৰ বাবে মুকলি হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৰ অগৰাতলী আৰু বুঢ়াপাহাৰ।
Debrata Pyne
November 10, 2020
Kaziranga
85 Views
কভিদ প্ৰটকল পালন কৰি আঠমাহৰ অন্ততঃ প্ৰাণ পাই উঠা কাজিৰঙাত হাতী ছাফাৰী,জীপ ছাফাৰী,কৰি উপভোগ কৰিছে পৰ্যটকে।বিগত ২১ অক্টোবৰত পৰ্যটকৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি হোৱাৰ পাছত কেৱল বাগৰি আৰু কহৰা বনাঞ্চলত জীপ ছাফাৰী,পহিলা নৱেম্বৰৰ পৰা কহৰা বনাঞ্চলত হাতীৰে পৰ্যটকে দৰ্শন কৰিব পাৰিছে কাজিৰঙাৰ সৌন্দৰ্য্য।চাৰিটাকৈ বানে বিস্তৰ ক্ষতিসাধন কৰা উদ্যানৰ বুঢ়াপাহাৰ আৰু অগৰাতলী বানাঞ্চল মুকলি কৰে কৰ্তৃপক্ষই।