
লাহৰীঘাট শিক্ষাখণ্ডৰ ভিতৰত এজন শ্ৰেষ্ঠ শিক্ষক হিচাপে পুৰস্কৃত মকবুল হুছেইনৰ মহৎ লোকৰ বাণী আৰু ৰেকিবুল আজাদৰ জ্ঞান সমুদ্ৰৰ কেইটামান টোপাল নামৰ গ্ৰন্থ দুখন উন্মোচন হয়।লাহৰীঘাট শিক্ষাখণ্ডৰ ভিতৰত এজন শ্ৰেষ্ঠ শিক্ষক হিচাপে পুৰস্কৃত মকবুল হুছেইনৰ মহৎ লোকৰ বাণী আৰু ৰেকিবুল আজাদৰ জ্ঞান সমুদ্ৰৰ কেইটামান টোপাল নামৰ গ্ৰন্থ দুখন উন্মোচন হয় । নগাঁও জিলাৰ কচুৱা তিনিআলি মহাবিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত কৰে গ্ৰন্থ উন্মোচনী সভাখন । এই সভাত সভাপতিত্ব কৰে কচুৱা তিনিআলি মহাবিদ্যালয়ৰ অধ্যক্ষ ফজলুল কাদিৰে । এই সভাত উপস্থিত থাকে অধ্যাপিকা তথা লিখিকা মহচিনা খাতুন ফাৰহাজি , চুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যাপক আমিৰ হামজা ভূঞা , কচুৱা তিনিআলি জুনিয়ৰ কলেজৰ অধ্যাপক আবুল হাচান , শিক্ষক ৰাহুল আমিন , ডক্টৰ বিপলপ মণ্ডল , হেমচন্দ্ৰ বৰ্মন সম্পাদক উত্তৰ পূব সাহিত্য আৰু সাংস্কৃতিক সন্মিলন অসম, কবি তথা লিখক প্ৰমুদ নাথ, লগতে মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা আৰু ছাত্ৰ ছাত্ৰী সকল উপস্থিত থাকে বুলি জানিব পৰা গৈছে । বিশিষ্ট লেখক তথা আমাৰ সকলোৰে গৌৰৱৰ প্ৰধান শিক্ষক মকবুল হুছেইনক আমাৰ তৰফৰ পৰাও সুবেচ্ছা জ্ঞাপন কৰিলো ।