
নলবাৰীত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰংগ দলৰ নলবাৰী জিলা সমিতিয়ে নলবাৰী চহৰৰ মাজমজিয়াত বদৰুদ্দিন আজমলৰ প্ৰতিমূৰ্তি দাহ কৰে।উল্লেখযোগ্য যে নলবাৰী চহৰৰ মাজেৰে প্ৰতিবাদ কৰি আহি বাটা চকত এই কাৰ্যসূচী ৰূপায়ণ কৰে ।ইফালে সংগঠনটোৱে পাকিস্তান মুৰ্দাবাদ, বদৰুদ্দিন আজমল মুৰ্দাবাদ আদি ধ্বনিৰে উত্তাল কৰি তোলে।আনহাতে AIUDF ৰ নেতা বদৰুদ্দিন আজমলক গ্ৰেপ্তাৰ কৰাৰ দাৱী তোলে।