Breaking News
Home / Political / ভাৰতীয় জনতা পাৰ্টিৰ কিষাণ মৰ্চাৰ নলবাৰী জিলাৰ কাৰ্য্যনিৰ্বাহক সভা।

ভাৰতীয় জনতা পাৰ্টিৰ কিষাণ মৰ্চাৰ নলবাৰী জিলাৰ কাৰ্য্যনিৰ্বাহক সভা।

আজি ধৰ্মপুৰ সমষ্টিৰ বিজেপিৰ এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় সভাত উপস্থিত থাকি জয়ন্ত মল্ল বৰুৱাই কয় যে আগন্তুক বিজেপিৰ চৰকাৰ হলে খিলঞ্জীয়া মানুহৰ মাটি সেইসকল লোকে কাঢ়ি নিৱ নোৱাৰিৱ ,কিনিব নোৱাৰৰ বাবে নতুন আইনৰ ব্যৱস্থা কৰিব বিজেপিয়ে।উল্লেখযোগ্য য়ে চৰাঞ্চলত বাস কৰা লোকৰ কথা এইদৰেই মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ উপ সভাপতি জয়ন্ত মল্ল বৰুৱাই।আনহাতে পাকিস্তান জিন্দাবাদৰ ওপৰত প্ৰতিক্ৰিয়া, পাকিস্তান জিন্দাবাদ দিয়াটো অসমীয়া জাতিৰ বাবে ভয়াবহ ইংগিত।এই কামসমূহ ধৰ্মৰ নামতহে কৰা হোৱা নাই।এই সমূহ ৰাষ্ট্ৰ বিৰোধ কাম। AJP ৰ পতাকাখন অৰ্ধ সমাপ্ত পতাকা । এইখন বাংলাদেশৰ পাতাকা নে জাপানৰ পতাকা সন্দেহ কৰিছে।আনহাতে ধৰ্মপুৰ সমষ্টিৰ কেইখনমান বেনাৰ লগাইছে এজেপিয়ে।চান্দাৰ টকা খৰছ কৰিবলৈ কষ্ট নাই বুলি একপ্ৰকাৰৰ তাৎচিল্ল কৰে ।

About Debrata Pyne

Check Also

বিলাসীপাৰা কাজাইকাটা তৃতীয় খণ্ডত গাওঁৰক্ষী বাহিনীৰ সভাপতি আৰু নায়ক বাছনি সন্পূৰ্ণঃ

বিলাসীপাৰাঃ ৭ নভেম্বৰঃ ধুবুৰী জিলাৰ বিলাসীপাৰা আৰক্ষী নিৱেশৰ অন্তৰ্গত কাজাইকাটা তৃতীয় খণ্ডত গাওঁৰক্ষী বাহিনীৰ সভাপতি …

Leave a Reply

Your email address will not be published. Required fields are marked *