Breaking News
Home / Dhubri / Tripal distributed to one hundred families on behalf of Gauripur Red Cross Society.

Tripal distributed to one hundred families on behalf of Gauripur Red Cross Society.

ধুবুৰী ত দুখীয়া ৰাইজৰ কাষত থিয় হৈছে ধুবুৰী ৰেড ক্ৰছ ছছাইটি, নেৰা নেপেৰা বৰষুণৰ ফলত থিও হোৱা বান সদৃশ পৰিস্থিতি ৰ বাবেই কিছু দিন ধৰি মৰণ যন্ত্ৰণা ভোগ কৰি আছিল গৌৰীপুৰৰ গদাধৰ নৈৰ দাঁতি কাষৰীয়া নৈ ৰ পাৰত বসবাস কৰা শ শ পৰিয়াল। বুধবাৰে সেই বন পৰিয়াল সমূহৰ মাজত ১০০ খন ত্ৰিপাল বিতৰণ কৰে ধুবুৰী ৰেড ক্ৰছ ছছাইটি ধুবুৰী জিলা গোটে। এই বিতৰণ অনুষ্ঠানত উপস্থিত থাকে ধুবুৰী জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ আৰু ধুবুৰী জিলাৰ সম্পদক ৰাজীৱ শৰ্মায়। অনুষ্ঠানত উপস্থিত থাকি আৰক্ষী অধীক্ষকে এইদৰে কয়।
আনহাতে আগলৈকে এনেকৈয়েই ৰাইজৰ বাবে ভবিষ্যত ত দুখীয়া আৰু অসহায় ৰাইজৰ বাবে ৰেড ক্ৰছ ছছাইটি য়ে কাম কৰি যাব বুলি জানিব দিয়ে সম্পাদক ৰাজীৱ শৰ্মায়।

About AmarAsom

Check Also

বিলাসীপাৰাত (MGNREGA) আঁচনিৰ দুটা ৰাস্তা নিৰ্মাণৰ কাম শুভ উদ্বোধন

নামনি অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰা পশ্চিম সমষ্টিৰ নায়েৰ আলগা উন্নয়ন খণ্ডৰ অন্তৰ্গত মছলাপাৰা গাঁও পঞ্চায়তৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *