Breaking News

নায়েৰ আলগা আঞ্চলিক পঞ্চায়তৰ সভানেত্রীৰ বিপৰীতে ভিত্তিহীন বাতৰি সন্পপ্ৰচাৰিত হোৱাক লৈ পঞ্চায়ত খনৰ স্থানীয় ৰাইজৰ প্ৰতিক্ৰিয়া।

ধুবুৰী জিলাৰ নায়েৰ আলগা উন্নয়ন খণ্ডৰ অধীনৰ মায়াৰ চৰ গাওঁ পঞ্চায়তৰ জৱ কাৰ্ড শ্ৰমিক সহৰ আলী কেইবা মাহ মান পূৰ্বতে জীৱিত আছিল।।যদিও জৱ কাৰ্ড শ্ৰমিক সহৰ আলী জীৱিত থকা অৱস্থাতেই গাওঁ পঞ্চায়তৰ আৰু আঞ্চলিক পঞ্চায়তৰ এম জি এন ৰেখাঁ ৰাস্তাৰ কাম দুয়োটাৰে তেওঁ নিজেই কৰি আহিছিল।।মনকৰিবলগীয়া কথা যে জৱ কাৰ্ড …

Read More »

প্ৰাক্তন মন্ত্ৰী তথা লাহৰীঘাট সমষ্টিৰ বিধায়ক ডা নজৰুল ইছলামৰ দুৰ্গত মোক্ষত আঘাত। কংগ্ৰেছ এৰি শাসকীয় বিজেপি দলত যোগদান প্ৰায় তিনি শতাধিক ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ পুৰুষ-মহিলাৰ। আগন্তুক বিধান সভা নিৰ্বাচনত লাহৰীঘাট সমষ্টিত ৰাজনৈতিক জীৱনৰ সামৰণি পৰিব নেকি? ডা নজৰুল ইছলাম।

আগন্তুক ২০২১ৰ বিধান সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে কংগ্ৰেছ দলৰ ৪২ বছৰীয়া দুৰ্গ হিচাপে খ্যাত লাহৰীঘাট বিধান সভা সমষ্টিত কংগ্ৰেছ দলত আৰম্ভ হৈছে ব্যাপক খহনীয়া। বিগত ২৫ বছৰে লাহৰীঘাট সমষ্টিৰ বান-গৰা খহনীয়া, যাতায়ত ব্যৱস্থা, শিক্ষা ব্যৱস্থা ইত্যাদি কোনো এটা সমস্যাৰে স্থায়ীভাৱে সমাধান নকৰা প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক …

Read More »

আজি ভোগালী বিহু‌ উপলক্ষ্যে ৰজাগড়ৰ উত্তম বস্তীৰ মিলন জ্যোতি সংঘৰ উদ্যোগত তিনিদিনীয়া ভোগালী বিহু

ওদালগুৰি জিলাৰ পানেৰী বিধানসভা সমষ্টিৰ বিভিন্ন অঞ্চলত সমস্যাৰ বুজ লোৱাৰ লগতে বহুকেইটা অনুষ্ঠানত উপস্থিত থাকে পানেৰীৰ বিশিষ্ট সমাজকৰ্মী বিকন চন্দ্ৰ ডেকা আৰু 33 নং ননৈ চেৰফাং সমষ্টিৰ নৱ নিৰ্বাচিত এমচিএলএ সঞ্জিত তাঁতী । আজি ভোগালী বিহু‌ উপলক্ষ্যে ৰজাগড়ৰ উত্তম বস্তীৰ মিলন জ্যোতি সংঘৰ উদ্যোগত তিনিদিনীয়া ভোগালী বিহু উৎসৱৰ অনুষ্ঠানত উপস্থিত …

Read More »

কু-সংস্কাৰ আৰু অন্ধ বিশ্বাসৰ বিৰুদ্ধে চামতা কামৰূপ মহাবিদ্যালয়ৰ বাটৰ নাট প্ৰদৰ্শন

অন্ধ বিশ্বাস আৰু কু-সংস্কাৰৰ বলি হৈ ৰাজ্যত সঘনাই সংঘটিত হৈ থকা অমানবীয় কৰ্য বন্ধ কৰাৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰিছে নলবাৰীৰ চামতাৰ কামৰূপ মহাবিদ্যালয় শিক্ষক গোটে । অসম বিজ্ঞান প্ৰযুক্তি বিদ্যা আৰু পৰিবেশৰ সহযোগত চামতা কামৰূপ মহাবিদ্যালয়ৰ উদ্যোগত কু-সংস্কাৰ আৰু অন্ধ বিশ্বাসৰ বিৰুদ্ধে মহাবিদ্যালয় খনৰ শিক্ষক-কৰ্মচাৰী, ছাত্ৰ -ছাত্ৰী …

Read More »

সাংবাদিক পৰিষদ মৰিগাওঁ জিলা সমিতি সাধাৰণ সভা ও নতুন সমিতি গঠন।

মৰিগাওঁ পৱিতৰা হাট প্রেক্ষাগৃহত সৱাংগ সুন্দৰ সাধাৰণ সভা অনুষ্ঠিত হয় ! সভাৰ সভাপতিত্ব কৰে বিশিষ্ট সমাজ সেৱক সাংবাদিক শিক্ষাবিধ মহেন্দ্র নাথ হাজৰিকা, সভাৰ উদেশ্য বার্খ্যা কৰে আহবায়ক ধন্তী কাকতি !উক্ত সভাত উপস্থিত থাকে মৰিগাওঁ জিলা বিশিষ্ঠ সাংবাদিক অজিত শৰ্মা, প্রণৱ ভট্রাচায্য ,বিশিষ্ট সমাজসেৱক বিমল জ্যোতি বৰদলৈ ,তিৱা স্বায়ত্ব পৰিষদৰ প্রাক্তন …

Read More »

ধুবুৰী জিলাৰ  তামাৰহাট থানাৰ অধীনস্থ সোনাহাটত  আৰক্ষীৰ অভিযান । অভিযান চলাই পাঁচজনক আটক।

তামাৰহাট থানাৰ অধীনত থকা  সোনাহাটত  নিশা অভিযান চলাই  আৰক্ষীয়ে পাঁচজন লোকক  আটক  কৰে। নিশা ম’বাইল গেমব্লিং জুৱা খেলি থকা সময়ত আৰক্ষীয়ে অভিযান চলাই  আটক কৰে জুৱাৰী কেইজনক । সিহঁতৰ পৰা টকা আৰু অন্যান্য সামগ্ৰী জব্দ। লোক কেইজন হৈছে – হুছেইন আলী, আমিৰ হুছেইন জাহিদুল হক, আজিজুল হক, আবু হুছেইন । আজি …

Read More »

আধাৰ কাৰ্ডৰ নামত ৰাইজক লুণ্ঠন,ৰমৰমীয়া বেহা একাংশ চাকৰিয়ালৰ

ক্ৰমাৎ প্ৰহসনত পৰিণত হোৱাৰ দিশত তীব্ৰ গতিৰে ৰাজ্যত চলিছে আধাৰকাৰ্ড প্ৰস্তুতৰ কাম। ৰাজকোষৰ কোটি কোটি টকা ব্যয় কৰি চলি থকা এই চৰকাৰী কামৰ হাজাৰটা বিসংগতি শেহতীয়াকৈ ৰাজ্যেৰ চাৰিওফালে পোহৰলৈ অহাৰ পিছতো একো কান সাৰ নাই ৰাজ্য চৰকাৰৰ। আধাৰ কাৰ্ডৰ মূল মাষ্টাৰ কাৰ্ডখন প্ৰস্তুত কৰি দিয়াৰ নামত যে এক ভয়ংকৰ দুৰ্নীতি …

Read More »

সকলোকে নৱ-বৰ্ষৰ শুভেচ্ছা জনালোঁ

যোৱা কালি ০৩/০১/২০২১ ইংৰাজী তাৰিখ ৰবিবাৰে অসম চৰকাৰৰ সুদক্ষ পৰিবহণ নিগম, উদ্যোগ,বানিজ্য,দক্ষতা বিকাশ আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী আমাৰ সমষ্টিৰ গৌৰৱ শ্ৰদ্ধাৰ শ্ৰী যুত চন্দ্ৰ মোহন পাটোৱাৰী ছাৰ দেৱে ৩৮ নং গাওঁ পঞ্চায়তৰ অন্তৰ্গত অসম আদৰ্শ গ্ৰাম্য যোজনাৰ ২০১৮-২০১৯ অধীনত কঠালবাৰী আদৰ্শ গাঁওৰ আদৰণি তোৰন লগতে সৌৰ শক্তিৰে চালিত বিজুলী চাকিৰ …

Read More »

কচুগাঁওত থিতাতে ভস্মীভূত হৈ নিহত দুই শিশু ।

প্ৰেৰক পৰা কমলেশ বৰ্মন, ডোতমা:কোকৰাঝাৰ জিলাৰ কচুগাওঁ‌ থানাৰ অন্তৰ্গত নয়ানগৰ গাওঁত আজি ৰাতিপুৱা প্ৰায় 11 টা মান বজাত দুই গৰাকী শিশু মৰাপাতৰ শুকান খৰিত লুকা ভাকু খেলি থকা অৱস্তাত ভস্মিভূত হয় । মৰাপাতৰ শুকান ঠাৰিত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত থিতাতে অগগ্নিদগ্ধ হৈ দুই শিশু মৃত্যু মুখত পৰে । আৰু এই …

Read More »

তামাৰহাটত ১২৫০ গ্ৰাম নকল সোন উদ্ধাৰ, আৰক্ষীয়ে আটক কৰে দুজনক।

ধুবুৰী জিলাৰ তামাৰহাটত নকল সোন উদ্ধাৰ। যোৱা কালি ৰাতি আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি ১২৫০ গ্ৰাম নকল সোন উদ্ধাৰ কৰাৰ লগতে দুজনক আটক কৰিবলৈ সক্ষম হয়। নাওবৈচাৰ ৰশিদুল ইছলামে   সোন বিক্ৰী কৰিবলৈ পঠিওৱা লক্ষিমপুৰ জিলাৰ জিন্নাত আলীৰ পুত্ৰ আবুল কালাম আৰু মহাঘুলি-বৰগোলাৰ আকতাৰ আলীৰ পুত্ৰ আবুতাহেৰ আলী নামৰ ব্যক্তি দুজনে নকল …

Read More »